প্ৰথমতে নিজৰ ভৰিৰ ওপৰত থিয় হোৱা, ইয়াৰ পিছত সকলো জাতিৰ পৰা শিক্ষা গ্ৰহণ কৰা, যিমান পাৰা সেইবোৰক নিজৰ কৰি লোৱা; যিবোৰ তোমাৰ কামত লাগিব সেইবোৰক গ্ৰহণ কৰা | কিন্তু এটা কথা মনত ৰাখিবা তোমালোক যিহেতু হিন্দু (ভাৰতবাসী), সেই হেতু তোমালোকে যি প্ৰকাৰৰ শিক্ষাই গ্ৰহণ নকৰা কিয়, ই যেন তোমালোকৰ জাতীয় জীৱনৰ মূলমন্ত্ৰ-স্বৰূপ ধৰ্মৰ তলতে ঠাই পায় |
No comments:
Post a Comment